All Assam  YouTuber Gruop  Whatsapp Groups Join Link

All Assam YouTuber Gruop

2025-09-21 01:50:50
🙏🏻নমস্কাৰ বন্ধু বান্ধবী সকল All Assam Youtuber Group লে আপোনালোকক  স্বাগতম জনাইছোঁ,এইটো গ্ৰুপ only you tube r সকলৰ কাৰণে গতিকে ইয়াত you tube  r বাহিৰে বেলগ বন্ধু বান্ধবী add হব নোৱাৰে
Group ৰ নিয়ম সমূহ তলত উল্লেখ কৰা হ'ল --
১| ইয়াত কোনো ধৰণৰ বাহিৰৰ কথা নাপাতিব অকল you tube r বিষয়ে কথা পাতিব|
2| ইয়াত সকলোয়ে নিজৰ নিজৰ ভিডিও আৰু চেলেল চেয়াৰ কৰিব |
৩| ইয়াত সকলোয়ে এজনে আনজনক লাইক  ,কমেণ্ট , চেয়াৰ, আৰু subscribe কৰি সহায় কৰিব, আৰু permanent subscribe কৰিব |

Group Head Admin- Pranab J Chowdhury
Join Group Share Group
* Report This Group

Related Group